크레센드 응답률
98.93%
DrRainee's Healthy Way
I am Dr Rainee Devi ( Ayurvedic consultant).As an Ayurvedic practitioner my aim is to create awareness about the locally available herbs and medicinal plants among the people. মই ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)। স্বাস্থ্য ৰক্ষা আৰু ৰোগ নিৰাময়ত কিদৰে আমাৰ থলুৱা বনৌষধিসমূহ আৰু থলুৱা খাদ্যসমূহে সহায় কৰে তাৰ বিষয়ে মই জনাখিনি আপোনালোকৰ লগত এই চেনেলৰ যোগেদি শ্বেয়াৰ কৰিম। ইতিমধ্যে যোৱা তিনিবছৰ ধৰি বিভিন্ন কাকত আলোচনীত মোৰ স্বাস্থ্য সম্বন্ধীয় বিভিন্ন লেখা প্ৰকাশ পাইছে। আশাকৰো এই চেনেলৰ যোগেদি সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব 🙏। যিসকলে মোৰ চেনেলৰ video সমূহ চাই ভাল পাইছে তেওঁলোকে video সমূহ শ্বেয়াৰ কৰিব পাৰিব। আহকচোন আমি আমাৰ স্বাস্থ্য ৰক্ষাৰ বাবে আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু বনৌষধি আৰু খাদ্যৰ সহায় লওঁ । খাদ্যসমূহ যেতিয়া দৰব হৈ পৰিব তেতিয়া কৃত্ৰিম ঔষধৰ প্ৰয়োজনো নাইকিয়া হৈ যাব। এষাৰ কথা আছে - 'Your food should be medicine but your medicine should not be your food.' For business queries please contact me on my email - drraineeshealthyway@gmail.com https://www.facebook.com/rainy.devi
90,700
19,679
9.24%